comScore
  • ২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ কোন সাংসদৰ টিকট কটাৰ সম্ভাৱনা?

    ৰাজনৈতিক
    ২৪ ৰ লোকসভা  নিৰ্বাচনত বিজেপিৰ কোন সাংসদৰ টিকট কটাৰ সম্ভাৱনা?




    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">ডিজিটেল ডেস্ক: সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। যি
    সময়ত বিৰোধী দলসমূহ নিজৰ মাজৰ খোৱা-কামুৰাত ব্যস্ত হৈ আছে তেনেসময়ছোৱাত শাসকীয়
    বিজেপি দলে আৰম্ভ কৰি দিছে নিৰ্বাচনী কোচকাৱাজ।



     



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">এই নিৰ্বাচনত কোন সাংসদৰ টিকট কটাৰ সম্ভাৱনা
    ?



    বিজেপিৰ অতি ভিতৰুৱা খবৰ প্ৰাগ ডিজিটেলৰ হাতত



     



    নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ অনুসৰি এতিয়াৰ বহু
    সাংসদৰ কটা যাব টিকট। ইয়াৰ পূৰ্বৰ লোকসভা নিৰ্বাচনতো বিজয়া চক্ৰৱৰ্তী
    , minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin">আৰ
    পি শৰ্মা
    , Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">ৰমেন ডেকা
    , mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin">ৰাজেন গোঁহাইৰ
    দৰে জেষ্ঠ বিজেপি নেতাৰ টিকট কাটিছিল বিজেপিয়ে। আনহাতে এতিয়াৰ বহু সাংসদৰ
    কাম-কাজতো সুখী নহয় শাসকীয় দলটো। এইসময়ছোৱাত অসমৰ পৰা বিজেপিৰ হাতত আছে ৯ গৰাকী
    লোকসভাৰ সাংসদ। ইয়াৰ ভিতৰত টিকট কটাৰ সৰ্বাধিক সম্ভাৱনা আছে গুৱাহাটীৰ সাংসদ কুইন
    ওজাৰ। সদন আৰু সমষ্টিত দুয়োটাতে নিষ্কিয় কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাই টিকট লাভ
    কৰাৰ সম্ভাৱনা অধিক।



     



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">আনহাতে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাসৰো
    কাম-কাজত সন্তুষ্ট নহয় বিজেপি। ইতিমধ্যে চাহ জনগোষ্ঠীৰ আন এগৰাকী সাংসদ ৰামেশ্বৰ
    তেলী থকাৰ বাবে পল্লৱ লোচনৰ টিকট কাটিবলৈ বিজেপিয়ে হয়তো চিন্তা নকৰিব। অৱশ্যে
    মুখ্যমন্ত্ৰীৰ সৈতে সুসম্পৰ্কৰ বাবে হয়তো শেষ মুহুৰ্তত টিকট পালেও এই মুহুৰ্তত
    তেওঁৰ টিকট যোৱাৰ সম্ভাৱনা ৫০-৫০।

    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin"> ইফালে
    লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰো ৰিপৰ্ট কাৰ্ড খুৱেই বেয়া। বানে গৰকা সমষ্টিতটোত
    সাংসদগৰাকীৰ বিৰুদ্ধে ৰাইজৰ বাবে বহু ক্ষোভ। ইতিমধ্যে সমষ্টিটোত নেতা হেৰুৱাইছে
    গণভিত্তি। যাৰবাবে তেওঁৰো টিকট কটা যোৱাটো প্ৰায় নিশ্চিত।






    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin">একেদৰে যোৰহাট সমষ্টিৰ সাংসদ তপন গগৈৰ
    ক্ষেত্ৰটো আহি পৰিছে অনিশ্চয়তা। মুখ্যমন্ত্ৰী শিবিৰ এগৰাকী প্ৰভাৱশালী আহোম নেতা
    সুশান্ত বৰগোহাইৰ নাম উচ্চাৰণ কৰিছে বিজেপিৰে এটা ফৈদে। তেনেসময়ছোৱাত সোণোৱালৰ
    ঘণিষ্ঠ বুলি পৰিচিত তপন গগৈয়ে শেষ বাজি মাৰিব পাৰে নে নাই সেইয়া লক্ষণীয় হব।



     



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin"> অৱশ্যে
    এই মুহুৰ্ত লৈকে নিৰাপদ অৱস্থাত আছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া
    , minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin">ডিব্ৰুগড়ৰৰ
    সাংসদ ৰামেশ্বৰ তেলী
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin">কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা
    ,
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin">শিলচৰৰ সাংসদ ড ৰাজদীপ ৰয়
    , ডিফুৰ সাংসদ
    হৰেণ সিং বে।






    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet