• অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

    আঞ্চলিক
    অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

    ধুবুৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত শুকুৰবাৰৰ মাজ নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিলাসীপাৰাৰ ৩ নম্বৰ ওৱাৰ্ডৰ স্বজনি সিংহ নামৰ ব্যক্ত এজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।





    আৰু পঢ়িব পাৰিব : দুলীয়াজানৰ পৰা যুঁজিব লুৰিণজ্যোতিয়ে : ১৮টা সমষ্টিত যুঁজিব অজাপই…





    অগ্নিকাণ্ডত ভস্মীভূত হয় ব্যক্তিজনৰ বাসগৃহ। পাছত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈ জুইৰ সূত্ৰপাত কিহৰ পৰা হৈছিল, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।





    আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ। কোনে পালে প্ৰাৰ্থিত্ব?





    উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।