জীৱন শৈলী
গুৱাহাটী : অসমৰ নতুন জিলা হিচাপে অন্তৰ্ভুক্ত হ’ল বজালী জিলা৷ ইয়াৰ পাছতে অসমৰ মুঠ জিলাৰ সংখ্যা হ'লগৈ ৩৪খন৷ মঙলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই সম্পৰ্কত এখন জাননী প্ৰকাশ কৰে।
আৰু পঢ়িব পাৰিব : বন্ধুৰ সহযোগত ধৰ্ষণকাৰীৰ ৰূপত প্ৰেমিক! ভিডিঅ’ ভাইৰেল
পূৰ্বতে বজালী বৰপেটা জিলাৰ মহকুমা আছিল৷ অসম চৰকাৰে বজালীক জিলা ঘোষণা কৰাৰ হিচাপে ২০২০ৰ আগষ্ট মাহত এক নিৰ্দেশ জাৰি কৰিছিল।
আৰু পঢ়িব পাৰিব : আজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?
ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বজালীক নতুন জিলা হিচাপে ঘোষণা কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰি এক টুইটযোগে বজালীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু বজালীক জিলা হিচাপে ঘোষণা কৰাৰ পাছত জিলাখনৰ বিকাশৰ গতি অধিক তৰান্বিত হ’ব বুলি কয়।
Leave A Comment