International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
গুৱাহাটীঃ অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্য অসমৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষীক দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰত অসমৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক।
অসম আৰক্ষীৰ ১১৯জন ইন্সপেক্টৰ আৰু ১৯৭ গৰাকী এছআই, মুঠ ৩১৬ গৰাকী বিষয়া উপস্থিত থকাৰ বিপৰীতে ৩ গৰাকী অনুপস্থিত আছে এই বৈঠকত।
আনহাতে বৈঠকত উপস্থিত আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি পি সিং, হৰমিত সিং, হীৰেন নাথৰ লগতে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া ।
Leave A Comment