Breaking News
Firefighters are allegedly having difficulty evacuating everyone inside the hotel, including women and children.
Digital Desk: A major fire broke out at the Papaya Tree Hotel in Indore On Wednesday morning. Visitors and
গুৱাহাটী: অসম-মিজোৰাম সীমা বিবাদ চলি থকাৰ সময়তে অসম-নাগালেণ্ড চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হৈছে৷ মুখ্যসচিব পৰ্যায়ৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই চুক্তি স্বাক্ষৰৰ পাছতে দিচৈ ভেলীৰ বনাঞ্চলৰ পৰা অপসাৰিত হ’ব নিৰাপত্তাৰক্ষী৷
তদুপৰি দুয়োখন ৰাজ্যই ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব নিৰাপত্তাৰক্ষী৷ এতিয়াৰেপৰা কৃত্ৰিম উপগ্ৰহৰ নজৰত থাকিব অসম-নাগালেণ্ডৰ বিবদমান এলেকা৷ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনৰ উপস্থিতিত চুক্তি স্বাক্ষৰ৷
ইপিনে এই চুক্তি স্বাক্ষৰৰ ক্ষণত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু৷
Leave A Comment