আন্তঃৰাষ্ট্ৰীয়
ডিব্ৰুগড়ত : আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণৰ সম্ভাৱনা আছে জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ৷ বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপৰ সেনা শিবিৰত থকা জ্যেষ্ঠ আলফা নেতাগৰাকীয়ে ডিব্ৰুগড়ত আত্মসমৰ্পণৰ সম্ভাৱনা আছে৷
আৰু পঢ়িব পাৰিব : ২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!
৪০ বছৰ আলফা (স্বাঃ)ৰ গুৰু দায়িত্বত থকা জীৱন মৰাণক স্বাস্থ্যজনিত কাৰণত আলফা (স্বাঃ)ৰ পৰা অব্যাহতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷
আৰু পঢ়িব পাৰিব : ভোট গননা : নিৰ্বাচন আয়োগে জাৰি কৰিলে নতুন নিৰ্দেশনা
বুধবাৰে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা নেতাগৰাকীয়ে পাছত তিনিচুকীয়াৰ বাসগৃহলৈ যাব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে৷
Leave A Comment