National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটী : ৰঙালীৰ আনন্দত উখল-মাখল ৰাজ্য৷ ক'ভিড ভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু৷ পৰম্পৰাগতভাৱে অসমীয়া নৱবৰ্ষক আদৰণি প্ৰস্তুতি৷ আপোনজনক বিহুৱান যাচি জনাইছে শুভকামনা৷ জ্যেষ্ঠজনৰ আশিস লৈছে কনিষ্ঠজনে৷ ইপিনে নিশা জনপ্ৰিয় শিল্পীৰ গীতেৰে মুখৰিত বিহুতলী৷ ইপিনে আজি পহিলা ব’হাগ।
আৰু পঢ়িব পাৰিব : বকোত হত্যাকাণ্ড! আৰক্ষীৰ গাড়ীচালক জড়িত থকাৰ অভিযোগ
নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় শ্ৰী শ্ৰী গনেশৰ। বিভিন্ন ব্যবসায়িক প্ৰতিষ্ঠানত বছৰৰ হিচাপ নিকাশৰ হাল খাতা মহুৰতৰ লগতে গনেশ পূজা কৰা হয়। উজনিৰ পৰা নামনিলৈ সকলোতে বিহুৰ উলাহ-উদ্দিপনা৷ বিহুৰ গীতে-মাতে মুখৰিত ৰাজ্য৷ প্ৰতিঘৰৰ চোতালত জুৰিছে হুঁচৰি-বিহু৷ বিহু গীত আৰু নৃত্যত মতলীয়া গ্ৰামাঞ্চলৰ শিশুসকল।
আৰু পঢ়িব পাৰিব :ডিমৌত ভয়ংকৰ পথদুৰ্ঘটনাঃ নিহত ২, আহত ৩
কোকৰাঝাৰত বড়োসকলে বৈশাগু পালন কৰি আহিছে। আনহাতে অভয়াপুৰীত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ কৰ্মত ব্যস্ত মৎস্য ব্যৱসায়ীসকল৷
Leave A Comment