• আমাৰ ভূপেনদা ছিজন-৬লৈ দৰ্শকৰ সঁহাৰি : ভোট দি জয়যুক্ত কৰক শ্ৰেষ্ঠ প্ৰতিযোগীক

    আঞ্চলিক
    আমাৰ ভূপেনদা ছিজন-৬লৈ দৰ্শকৰ সঁহাৰি : ভোট দি জয়যুক্ত কৰক শ্ৰেষ্ঠ প্ৰতিযোগীক

    গুৱাহাটী : প্ৰাগ নিউজৰ জনপ্ৰিয় সংগীতানুষ্ঠান আমাৰ ভূপেনদা ছিজন-৬ৰ চূড়ান্ত প্ৰতিযোগিতালৈ প্ৰৱেশ কৰা প্ৰতিযোগীৰ নাম ঘোষণা কৰা হ'ল। ফাইনেলত প্ৰৱেশ কৰা প্ৰতিযোগীকেইগৰাকীক জয়যুক্ত কৰিব পাৰিব ভোট দি৷ ইতিমধ্যে ভোটিং লাইন খোলা আছে। ২৬ ছেপ্টেম্বৰ বিয়লি ৩ বজালৈ 9127084796 নম্বৰত SMS দি বিজয়ী কৰিব পাৰিব প্রিয় প্ৰতিযোগিক।













    এই মুহূৰ্তৰলৈকে গুৱাহাটীৰ আশ্বাস আয়ুষ্মানে লাভ কৰিছে ৫৬৫, দেৱস্মিতা কাশ্যপে ৮৩২, নয়াদিতা দাসে ৬৩৩, উত্তৰ গুৱাহাটীৰ কৃতিকা নাথে ৯৭৬, শিৱসাগৰৰ অনুস্কা তৰংগীনিয়ে ৭৮৯, ৰাজকুমাৰী ফাল্গুনিয়ে ৬০৫, সোনাৰীৰ পাৰ্লী ৰঞ্জনীয়ে ৮৩৩আৰু লখিমপুৰৰ মৃদুপৱনে লাভ কৰিছে ১,৫০৮ টা ভোট।













    প্ৰতিযোগীৰ Code নম্বৰ ব্যৱহাৰ কৰি SMS কৰক আৰু বিজয়ী কৰক শ্ৰেষ্ঠজনক।