• কালান্তক কৰ'না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক

    আঞ্চলিক
    কালান্তক কৰ'না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক

    গুৱাহাটী : ৰাজ্যত বিপজ্জনক ৰূপত কৰ’নাৰ সংক্ৰমণ৷ বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত সম্পন্ন কৰা হৈছিল ৭৩,৪২৮ টা ক'ভিড পৰীক্ষা৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ২.৬৩ শতাংশ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ৬৮০ জনকৈ লোক৷





    আৰু পঢ়িব পাৰিব: ডিগবৈত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পাঁচ শিক্ষকৰ দেহত ক’ভিড-১৯ : আতংকিত ছাত্র-ছাত্ৰী





    কালিৰ দিনটোত ৰাজ্যত মৃত্যু হয় ১০ জন কৰ'না আক্ৰান্তৰ৷ ডিব্ৰুগড়ত আক্ৰান্ত হয় ১৪৩জন, কামৰূপ(গ্ৰাম্য)ত ১৩৬ জন আক্ৰান্ত, নগাঁও জিলাত আক্ৰান্ত হয় ১০৩ জন লোক৷





    আৰু পঢ়িব পাৰিব: দিল্লীৰ ‘দুই গুণ্ডা’ৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰ





    আনহাতে গুৱাহাটীত ৩ জন, কাৰ্বি আংলঙত ২ জনৰ মৃত্যু হয়৷