Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
মৰিগাঁওঃ মধ্য অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী নজৰ ফকিৰক আটক কৰা হৈছে। মৈৰাবাৰী থানাৰ আৰক্ষীয়ে আটক কৰিছে নজৰক। ১৫ বছৰ ধৰি ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হৈ আছে নজৰ। ড্ৰাগছ সৰবৰাহত শিশুকো ব্যৱহাৰ কৰে নজৰে।
মুছলমান সম্প্ৰদায়ৰ নজৰে বাবাৰ দৰে ৰাখিছে জঁটা। জঁটাৰ মাজত ব্ৰাউন ছুগাৰ লৈ নজৰে কৰে সৰবৰাহ। অসম পুলিচে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা মাতিৰকে চৰত পলাই আছিল নজৰ ফকিৰ। শুকুৰবাৰে নজৰে কোনো সৰবৰাহকাৰীৰ পৰা ব্ৰাউন ছুগাৰ সংগ্ৰহ কৰিব ওলাই আহছিল। মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ওচৰত কৰায়ত্ত কৰে পলাতক ড্ৰাগছ সৰবৰাহকাৰীটোক। নজৰৰ পত্নীও ড্ৰাগছ সৰবৰাহৰ বাবে জে’লতে আছে।
Leave A Comment