• কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ'না ভাইৰাছত

    আঞ্চলিক
    কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ'না ভাইৰাছত

    গুৱাহাটী : কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ'না ভাইৰাছত৷ মৰিয়নি জংছনত নমা ১৬ জন ভক্তৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ৰ উপস্থিতি৷ ৰাজধানী এক্সপ্ৰেছেৰ হৰিদ্বাৰৰ পৰা উভতিছিল লোককেইজন৷ আক্ৰান্ত লোককেইজনক হোম কোৱাৰেণ্টীনৰ পৰামৰ্শ চিকিৎসকৰ৷





    আৰু পঢ়িব পাৰিব:মৃত্যুৰ কিৰিলি! ফুটপাথতে জ্বলিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ





    আক্ৰান্ত ভক্তৰ পৰা কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ আশংকাই দেখা দিছে দেশৰ লগতে ৰাজ্যতো৷ লোককেইজনৰ ঘৰ শিৱসাগৰ, আমগুৰি, মৰিয়নি আৰু যোৰহাটত৷





    আৰু পঢ়িব পাৰিব:ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী





    সোমবাৰে সাধাৰণ যাত্ৰীৰ সৈতে বাছত ঘৰলৈ গৈছিল তেওঁলোক৷ বৰ্তমানলৈ কুম্ভমেলাৰ পৰা ওভতা যাত্ৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসনে৷