ক্ৰীড়া
ডিজিটেল ডেস্ক : ভাৰতৰ আগশাৰীৰ পুৰুষ ডাবলছৰ যুটি সাত্বিক ছাইৰাজ ৰাংকি ৰেড্ডী আৰু চিৰাগ ছেট্টিয়ে ছিংগাপুৰ অ'পেন ছুপাৰ ৭৫০ বেডমিন্টন প্রতিযোগিতাখনত
গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় মুঠ ২,৪৭৯ জন লোক৷ কামৰূপ মহানগৰত আক্ৰান্ত হয় ১৩৭ জনকৈ লোক৷ কালি মৃত্যু ঘটিছে ৩০ জন ৰোগীৰ৷
আৰোগ্যৰ হাৰ ৯৩.৯ শতাংশলৈ বৃদ্ধি৷ অসমত আক্ৰান্তৰ সংখ্যা মুঠ ৪৯৬৪৮১জনলৈ বৃদ্ধি হয়৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ২৮৪৫৭জন৷ আৰোগ্য লাভ কৰিছে ৪৬২৩০৭জনে৷ ৪৩৭০ জনৰ বৰ্তমানলৈ কৰ'নাত মৃত্যু ঘটিছে৷
Leave A Comment