Regional
গুৱাহাটী: ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৪৫৩ জন লোকৰ৷ কালিৰ দিনটোত মৃত্যু হয় ২৭ জন লোকৰ৷ শুকুৰবাৰে দিনটোত আক্ৰান্তৰ হাৰ ১.৫৯ শতাংশ৷
ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাত সৰ্বাধিক লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷ মুঠ ৩১২জন লোক আক্ৰান্তৰে চতুৰ্থ দিনালৈ অভিলেখ গঢ়িলে জিলাখনে৷ আনহাতে, মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কৰ'নাৰ সংক্ৰমণ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৮৬ জন লোক৷
Leave A Comment