ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়া
গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ২,৭৮১ জন লোক৷ কালি মৃত্যু হয় ৩৪ জন লোকৰ৷ অসমত আক্ৰান্তৰ হাৰ ২.২৪ শতাংশলৈ বৃদ্ধি হয়৷ গোলাঘাটত আজি তৃতীয় দিনাও সৰ্বাধিক আক্ৰান্তৰে অভিলেখ গঢ়িলে৷ মুঠ ২৪৯ জন লোক আক্ৰান্ত হয় জিলাখনত৷
শোণিতপুৰত আক্ৰান্ত হয় ২২৮জন, ডিব্ৰুগড়ত আক্ৰান্ত হয়১৮২ জন ৷ আনহাতে গুৱাহাটী মহানগৰীত কালি আক্ৰান্ত হয় ১৬২ জন লোক৷
Leave A Comment