• কৰ’নাৰ সংক্ৰমণ : ৩য় দিনাও অপৰিবৰ্তীত গোলাঘাটৰ পৰিবেশ

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ২,৭৮১ জন লোক৷ কালি মৃত্যু হয় ৩৪ জন লোকৰ৷ অসমত আক্ৰান্তৰ হাৰ ২.২৪ শতাংশলৈ বৃদ্ধি হয়৷ গোলাঘাটত আজি তৃতীয় দিনাও সৰ্বাধিক আক্ৰান্তৰে অভিলেখ গঢ়িলে৷ মুঠ ২৪৯ জন লোক আক্ৰান্ত হয় জিলাখনত৷

    শোণিতপুৰত আক্ৰান্ত হয় ২২৮জন, ডিব্ৰুগড়ত আক্ৰান্ত হয়১৮২ জন ৷ আনহাতে গুৱাহাটী মহানগৰীত কালি আক্ৰান্ত হয় ১৬২ জন লোক৷

    Weather Forecast