ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়া
গুৱাহাটী : ৰাজ্যত পুনৰ বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ ৰাজ্যত সোমবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা ২,৬৮৯ জন ৷ গুৱাহাটীত বিগত ২৪ ঘণ্টাত সংক্ৰমিত হয় ১৬৪ জন লোক৷ কালি অসমত মৃত্যুৰ সংখ্যা আছিল ৪২ জন৷
ৰাজ্যত তিব্ৰতৰ ভাৱে চলি আছে ক'ভিড টেষ্ট৷ কালি দিনটোত ১,৩৩,৫৪৩ জন লোকক ক’ভিড টেষ্ট কৰোৱা হয়৷ সোমবাৰে অসমত আক্ৰান্তৰ আছিল হাৰ ২.০১ শতাংশ৷ তাৰ ভিতৰত গোলাঘাট আৰু শোণিতপুৰত সৰ্বাধিক৷ গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৭৮জন, শোণিতপুৰত আক্ৰান্ত হয় ২২৮জন৷ যোৰহাটত ১৭৮ জন আক্ৰান্ত হয়৷
Leave A Comment