Regional
Cabinet Minister Chandra Mohan Patowary presented the Himachal Pradesh Chief Minister with a bank draft for Rs. 10 crore on behalf of the state government.
গুৱাহাটী : মহানগৰীত কৰ'নাৰ সংক্ৰমণক লৈ সৰব হৈ পৰিছে স্বাস্থ্য বিভাগ৷ আক্ৰান্ত সৰ্বাধিক যিকোনো মুহূৰ্ততে সম্পূৰ্ণ লকডাউন দিব পাৰে প্ৰশাসনে৷ কালি সাংবাদিকৰে হোৱা এক কথোপকথনত এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷
আনহাতে ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ২,৬৪৪ জন লোক৷ কালিৰ দিনটোত মৃত্যু হয় ২১ জন লোকৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ২.৪৮ শতাংশ৷ এইবাৰ লখিমপুৰ জিলাত সৰ্বাধিক জন লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷ কালিৰ দিনটোত আক্ৰান্ত ২৮৫ জন লোক অভিলেখ গঢ়িলে জিলাখনত৷ তাৰপাছত গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৮০জন লোক, শোণিতপুৰত মুঠ ১৭৩ জন আক্ৰান্ত হয়৷ গুৱাহাটীত বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত হয় ১৬৮ জন লোক৷
Leave A Comment