• কৰ'নাৰ সংক্ৰমণ: ২৪ ঘণ্টাত মৃত্যু ৩৭জনৰ

    আঞ্চলিক
    কৰ'নাৰ সংক্ৰমণ: ২৪ ঘণ্টাত মৃত্যু ৩৭জনৰ

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত অসমত ৩৭জনৰ মৃত্যু হয়৷ ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে ২,৫৭৫ গৰাকীৰ৷





    গুৱাহাটী আক্ৰান্ত হয় ২১৭জন লোকৰ, গোলাঘাটত ২৬৮জন, যোৰহাটত ১৯৬জন, লখিমপুৰত ১৭২ জন, নগাঁৱত ১৩৩জন, শিৱসাগৰত ১৩২জন, শোণিতপুৰত ১২১জন, ডিব্ৰুগড়ত ১০৯জন, তিনিচুকীয়াত ১০২জন৷ আনহাতে বিশ্বনাথত ১০১গৰাকী লোক কৰ’নাত আক্ৰান্ত৷ কালি দিনটোত মুঠ ১,৬৮,৩৬১গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয়৷ সোমবাৰে ৰাজ্যত আক্ৰান্ত হাৰ আছিল ১.৫৩ শতাংশ৷