comScore
  • ক'ত উদ্ধাৰ সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ !

    আঞ্চলিক
    ক'ত উদ্ধাৰ সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ !

    মাজুলী : অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত উদ্ধাৰ হ’ল সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ৷ মাজুলী-নিমাতীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পাছৰ পৰা সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা৷ মাজুলীৰ ভেকেলী চাপৰিৰ কুমলীয়াত আজি উদ্ধাৰ হয় মৃতদেহটো৷





    image credit : Prag News




    ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা মৃতদেহটো বিক্ৰমজিৎ বৰুৱাৰ বুলি চিনাক্ত কৰে৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক৷ মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছত এগৰাকী জনদৰদী আৰু জনপ্ৰিয় চিকিৎসক বৰুৱাৰ সন্ধান নোপোৱাক লৈ ব্যাপক চৰ্চা চলিছিল৷ পৰিয়াল, আত্মীয়-স্বজনে বহু আশাৰে বাট চাইছিল বিক্ৰমজিৎ ঘূৰি অহালৈ৷





    mage credit : Prag News




    চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত এই নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ সংখ্যা ৩গৰাকীলৈ বৃদ্ধি পায় ব্যক্তি৷


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online