• চাঞ্চল্যকৰ: মাজুলীত অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ

    আঞ্চলিক
    চাঞ্চল্যকৰ: মাজুলীত  অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ

    মাজুলী : মাজুলীৰ দেওদিয়া আটীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা৷ অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ৷ এজন লোকক আটক কৰিবলৈ যাওতে আৰক্ষীক আক্ৰমণ৷ আহত দুজন আৰক্ষীৰ অৱস্থা অধিক সংকটজনক৷





    বাবুল হাজৰিকা নামৰ লোক এজনক আটক কৰিবলৈ গৈছিল আৰক্ষী৷ গড়মূৰ থানাৰ আৰক্ষী অধীক্ষক উৎপল দাসসহ ৪ জনক আক্ৰমণ কৰে৷ আহত আৰক্ষী কেইজন হৈছে, ৰাজেন মেধি, ৰূপক মিলি, মৃদুল দাস৷ গুৰুতৰভাৱে আহত দুজনক ডিব্ৰুগড়লৈ প্ৰেৰণ৷ গৰুৱে ধান খোৱাৰ বাবে এজাহাৰ দিছিল বাবুল হাজৰিকাৰ বিৰুদ্ধে।