শিক্ষা
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক।
এইবাৰৰ ফলাফলত কলা শাখ
গোৰেশ্বৰঃ গোৰেশ্বৰৰ ৰামছাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। পৰিকল্পিত হত্যাৰ সন্দেহ মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ। গোৰেশ্বৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন স্বামী মনোৰঞ্জন দাস(৪৫)ৰ।
আৰু পঢ়িব পাৰিব : মোৰ অনুপস্থিতিত মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস গঢ়িলে; মই চিৰ কৃতজ্ঞ
মৃত মহিলাগৰাকীৰ নাম মাধৱী নমঃ দাস(২৮)বুলি জানিব পৰা গৈছে। এটি চাৰিবছৰীয়া পুত্ৰ সন্তানৰ মাতৃ আছিল মহিলাগৰাকী। ঘৰৰ পিছফালৰ এটা জুপুৰিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
Leave A Comment