National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
বাকসাঃ বাকসা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত চুক্ৰুংবাৰীৰ পথাৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা বন্যহস্তীৰ জাক এটাই কৃষক ৰাইজৰ ব্যাপক ক্ষতিসাধন কৰে।
আৰু পঢ়িব পাৰিব : তিনিটা পৰ্যায়ত হ’ব অসমৰ বিধানসভা নিৰ্বাচন: ২৭ মাৰ্চত হ’ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ
প্ৰায় ২০জনীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কৃষকৰ বহু বিঘা গম, ইৰিধান বিনষ্ট কৰাৰ লগতে কেইবাজনো কৃষকৰ আৱাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইপিনে হাতীৰ জাকটোৱে এটি ছাগলীকো আক্ৰমণ কৰাত ছাগলীটোৰ মৃত্যু ঘটে।
আৰু পঢ়িব পাৰিব : ক’ভিত প্ৰট’কল মানি অনুষ্ঠিত হ’ব ৫ ৰাজ্যত নিৰ্বাচন
অঞ্চলটোৰ কৃষকে হাতীৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বন বিভাগক অনুৰোধ জনাইছে। ইয়াৰ আগতে খাৰিজা বিজনী অঞ্চলত হাতীৰ আক্ৰমণত এগৰাকী লোক নিহত হৈছিল।
Leave A Comment