• ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান অখিলৰ বিৰুদ্ধে !

    আঞ্চলিক
    ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান অখিলৰ বিৰুদ্ধে !

    গুৱাহাটী: পুনৰ কাৰাগাৰৰ পৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুকলি পত্ৰ প্ৰেৰণ কৰে৷ অখিলক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে, ‘মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে৷’





    চানমাৰি থানাৰ গোচৰৰ শুনানি পলমৰ চেষ্টা কৰিছে ‘নিয়া’ই! লগতে অখিলৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰাৰ লগতে অভিযোগনামাত পুনৰ এজনে গোপনে সাক্ষী দিয়ে৷ গোপন সাক্ষীৰ বিবৃতি মতে ছিণ্ডিকেটত জড়িত আছে অখিল গগৈ৷





    ছুপাৰি ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান কৰি অখিলক ‘সন্ত্ৰাসবাদী অভিযোগৰ পৰা গৰুচোৰ সজালে গোপন সাক্ষীয়ে’ বুলিও উল্লেখ কৰে৷