• ট’কিঅ’ অলিম্পিক : জয়েৰে অভিযান আৰম্ভ আন এগৰাকী ভাৰতীয় তাৰকাৰ

    আঞ্চলিক
    ট’কিঅ’  অলিম্পিক : জয়েৰে অভিযান আৰম্ভ আন এগৰাকী ভাৰতীয় তাৰকাৰ

    ট’কিঅ’ : দেশৰ স্বপ্নৰ ৰূপালী ৰং দি মণিপুৰৰ কন্যা মীৰাবাঈ চানুৱে ট’কিঅ’ অলিম্পিকৰ পদকৰ তালিকাত ভাৰতৰ নাম সন্নিৱিষ্ট কৰাৰ পাছত আন এগৰাকী তাৰকা খেলুৱৈয়ে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। এইবাৰৰ অলিম্পিকত ভাৰতৰ পদক জয়ৰ অন্যতম আশা পিভি সিন্ধুৱে জয়েৰে তেওঁৰ অভিযান আৰম্ভ কৰিছে আৰু ভাৰতৰ অগনন অনুৰাগীৰ অশা জাগ্ৰত কৰি তুলিছে।





    বেডমিণ্টন তাৰকাগৰাকীয়ে তেওঁৰ প্ৰথমখন খেলত ইজৰাইলৰ কেছেনিয়া পলিকাৰ্প’ভাক পৰাজিত কৰে। মহিলাৰ গ্ৰুপ জেৰ খেলখনত দেওবাৰে পোনপটীয়া ব্যাৱধানত জয়া হয় সিদ্ধু। বিশ্বৰ ৫৮ সংখ্যক ৰেংকত থকা ইজৰাইলী খেললুৱৈগৰাকীক ২১-৭, ২১-১০ ব্যৱধানত জয়ী হয় সিদ্ধু।





    বিশ্ব ৰেংকিঙৰ সপ্তম স্থানত থকা সিদ্ধুৱে তেওঁৰ পৰৱৰ্তী খেলত হংকঙৰ চেউং নাগানৰ বিৰুদ্ধে খেলিব। উল্লেখ্য ৰিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল সিদ্ধুৱে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor