Regional
The deceased's surname is said to be Payeng. His true identity has yet to be determined.
Digital Desk: The lifeless body of a young man was discovered in suspicious circumstances at a complex in Guwahati's Six Mile area on Friday.
মৰিয়নিঃ আজি পুৱাৰেপৰা দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত উপস্থিত হৈছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ৷ উপ-নিৰ্বাচন সমাগত! সুদীৰ্ঘ ৮ বছৰৰ পাছত মৰিয়নিত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ লগতে দলীয় কাৰ্যসূচী লগত লৈ মন্ত্ৰীগৰাকী মৰিয়নীত উপস্থিত হৈছে৷
পুৱাৰভাগতে মৰিয়নি ষ্টেচন ৰোডত অৱস্থিত গড়কাপ্টানী বিভাগৰ পৰিদৰ্শন ভৱনটি ‘শুভ উদ্ধোধন’ কৰে। উক্ত কাৰ্যসূচীৰ পাছতে মৰিয়নি ষ্টেডিয়ামৰ কাষতে থকা প্ৰয়াত মন্ত্ৰী ৰূপম কুৰ্মীৰ স্মৃতিত হ’বলগীয়া বৃদ্ধাশ্ৰমৰ আবণ্টিত ভূমি পৰিদৰ্শন কৰি নকছাৰি অভিমুখে ৰাওনা হয়।
Leave A Comment