Sports
Digital Desk: The Board of Control for Cricket in India (BCCI) is likely to introduce variable pay for the players which would allow the board to deduct money based on the players' performances. India's recent
গুৱাহাটী : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ'ল তাৰক চৌধুৰী নামৰ এটা প্ৰবঞ্চক৷ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই আজি গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চকটোক৷ জানিব পৰা মতে প্ৰায় ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছিল প্ৰবঞ্চকটোৰ বিৰুদ্ধে৷
আৰু পঢ়িব পাৰিব : ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩
একেটা সম্পত্তি বন্ধকত থৈ দুটাকৈ বেংকৰপৰা ঋণ লৈছিল। ইউকো বেংকৰ পৰা ২০১৩চনত লৈছিল ৭৩ লাখৰ ঋণ আৰু পঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰাও ২০১৫চনত লৈছিল ৭.৫ লাখৰ ঋণ৷ দুয়োটা বেংকতে মাটিৰ জালি নথি-পত্ৰ জমা দিছিল তাৰক চৌধুৰীয়ে৷
আৰু পঢ়িব পাৰিব : ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ
ঘটনা সন্দৰ্ভত পঞ্জাব এণ্ড সিন্ধ বেংকে এজাহাৰ দিছিল BIEOত৷ ঋণ লৈ দীৰ্ঘদিন ধৰি পলাই আছিল যদিও আজি চৌধুৰীক গ্ৰেপ্তাৰ কৰে BIEO-এ৷
Leave A Comment