• দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ

    আঞ্চলিক
    দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ

    কামৰূপ : উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ বামুনীগাঁৱত যুৱতী-মহিলাৰ নিদ্ৰা হৰণ কৰিছে একাংশ দুৰ্বৃত্তই৷ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে লাগি থকা বামুনীগাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱত দিন-দুপৰতে যুৱতী-মহিলাই ৰাজপথলৈ ওলাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷





    আৰু পঢ়িব পাৰিব : বাছত উদ্ধাৰ দুটা পিষ্টলসহ ১৩ জাই সজীৱ গুলী : ৪জনক গ্ৰেপ্তাৰ…






    অকলশৰীয়া যুৱতী মহিলা পালেই কাণ কামুৰি ছিঙাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এই দুৰ্বৃত্তৰ দলে৷ কিন্তু আশ্বৰ্যজনকভাৱে ক্ষন্তেকতে ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই কোনো লোক৷ এনে ঘটনা সংঘটিত কৰিয়ে নাইকিয়া হোৱা দুৰ্বৃত্তক গাঁৱৰ ৰাইজে দিনে-নিশাই পহৰা দিয়ো সম্ভেদ উলিয়াব পৰা নাই।





    আৰু পঢ়িব পাৰিব : বিধায়ক হোৱাৰ আশাত শিক্ষকে ল’লে স্বেচ্ছাসেৱী অৱসৰ !






    অৱশ্যে, ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীক অৱগত কৰিছে যদিও আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰাৰ অভিযোগ অঞ্চলবাসীৰ। যাৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ যুৱতী, মহিলাসকল। অঞ্চলটোৰ যুৱতী মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি আৰক্ষী প্ৰশাসনৰ ওচৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ মহিলাসকলে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor