• দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক

    আঞ্চলিক
    দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক

    গুৱাহাটী : ৰাজ্যত দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৫৮৩ জনকৈ লোক৷কৰ’নাৰ হটস্পটত পৰিণত হৈছে কামৰূপ মহানগৰ৷ জিলাখনত এদিনত আক্ৰান্ত ১৯৩ জন৷ কামৰূপ গ্ৰাম্যত আক্ৰান্ত হয় ৪৮ জন লোক৷





    আৰু পঢ়িব পাৰিব : হোজাইত কলংকিত ঘটনা : কিশোৰীক জাপি দিলে মাতৃত্বৰ বোজা





    ডিব্ৰুগড়ত ৪৩জন আৰু নগাঁৱত আক্ৰান্ত হয় ২৯ জন৷ দেশত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে কৰ’নাৰ সংক্ৰমণ৷ সোমবাৰে আক্ৰান্ত হৈছে ১ লাখ ৬০ হাজাৰৰো অধিক লোক৷ আনহাতে মৃত্যু ঘটিছে ৮৬৪ জন লোকৰ৷





    আৰু পঢ়িব পাৰিব : অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক আটক!





    মহাৰাষ্ট্রত শোচনীয় হৈ পৰিছে কৰ’নাৰ পৰিস্থিতি৷ কালিৰ দিনটোত মহাৰাষ্ট্রত ৫১ হাজাৰ লোক আক্ৰান্ত৷ মহাৰাষ্ট্রত কালি মৃত্যু ঘটিছে ২৫৮ জনৰ৷ উত্তৰ প্ৰদেশত আক্ৰান্ত ১৩ হাজৰৰো অধিক৷