Sci & Tech
মৰিয়নিঃ মৰিয়নিৰ দিচৈ ভেলীত অসম আৰক্ষীৰ তৎপৰতা দেখা গৈছে। নগাই বেদখল কৰা ভূমিত অসম আৰক্ষীৰ কেম্প স্থাপন কৰা হৈছে। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে সীমান্তত। নগাৰ বেদখল ৰোধ কৰাৰ বাবে সষ্টম হৈ আছে আৰক্ষী। অসমৰ মাটিত স্থাপন কৰা হৈছে সীমা নিৰীক্ষণৰ অস্থায়ী চকী। আগ্ৰাসী নগাক ৰুধিবলৈ অসম আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। সংবাদ মাধ্যমৰ লোককো সীমান্তত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে।
Leave A Comment