• নাৰায়ণপুৰত পত্নীৰ প্ৰহাৰত হাবিলদাৰ স্বামীৰ মৃত্য়ু

    আঞ্চলিক

    নাৰায়ণপুৰ: নাৰায়ণপুৰৰ হৰিদাসত নৃশংস হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ'ল মাখন হাজৰিকা নামৰ লোকজনৰ।

    আৰু পঢ়িব পাৰিব : জঘন্য ! নাবালিকাক পাঁচ দিনত দুবাৰকৈ অপহৰণ-দলবদ্ধ ধৰ্ষণ…

    পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত পত্নী ৰূপা হাজৰিকাই এডাল ৰডেৰে প্ৰহাৰ কৰিছিল স্বামীক।

    আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

    পত্নীৰ প্ৰহাৰত প্ৰাণ গ'ল মাখন হাজৰিকাৰ৷

    মাখন হাজৰিকা IIBN হাবিলদাৰ বুলি জানিব পৰা গৈছে ।

    ইতিমধ্যে হত্যাকাৰী পত্নীক ধলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

    Weather Forecast