Sci & Tech
যোৰহাট : শোকাৱহ নিমাতী নাও দুৰ্ঘটনাত এজনৰ মৃত্যু হয়৷ যোৰহাট মেডিকেল কলেজত মৃত্যু এগৰাকী যুৱতীৰ৷ যুৱতীগৰাকীৰ নাম পৰিমিতা দাস বুলি জানিব পৰা গৈছে৷
ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল পৰিমিতা দাস (বয়স ২৮)৷ পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত৷ মনোৰাম দাস আৰু সীমা ৰাণী দাসৰ কন্যা আছিল পৰিমিতা
ইপিনে নিমাতীঘাটৰ নাও দুৰ্ঘটনাত এজন চিকিত্সক সন্ধানহীন হৈ আছে৷ বিক্ৰমজিত্ বৰুৱা নামৰ এজন চিকিত্সক সন্ধানহীন৷ মাজুলীত চিকিত্সক হিচাপে কৰ্মৰত বিক্ৰমজিত্ বৰুৱা৷ সন্ধানহীন লোকৰ উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফ দলে অভিযান তীব্ৰতৰ কৰিছে৷
Leave A Comment