National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
হোজাইঃ ৰাজ্যজুৰি অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে সৰব আৰক্ষী-প্ৰশাসন। হোজাইৰ মাটিখোলাত সংঘটিত হৈছে এক পাশৱিক কাণ্ড। ঘটনা সন্দৰ্ভত আমাৰ সাংবাদিকে জনোৱা অনুসৰি হোজাই আৰক্ষী থানাৰ অন্তৰ্গত, মাটিখোলাত অৰ্জুন বিশ্বাস নামৰ এজন যুৱকে নিজ আইতাকক দাৰে ঘপিয়াই কৰে হত্যা ।
তেজেৰে লুটুৰিপুটুৰি অৱস্থাত শোৱাপাটিত উদ্ধাৰ মনমোহিনী বিশ্বাস নামৰ বৃদ্ধাগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ অৰ্জুন বিশ্বাসক আটক কৰিছে।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, নিচাসক্ত অৱস্থাতে অৰ্জুন বিশ্বাসে আইতাকক হত্যা কৰিছে!
Leave A Comment