• পোষ্টাৰ আঁৰি পৰেশ বৰুৱালৈ মুকলি প্ৰশ্ন !

    আঞ্চলিক
    পোষ্টাৰ আঁৰি পৰেশ বৰুৱালৈ মুকলি প্ৰশ্ন !

    তিনিচুকীয়া : আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমলৈ তিনিচুকীয়া জিলাৰ বহু ঠাইত মুকলি প্ৰশ্ন কৰে অসম যুৱ শক্তি পৰিষদ নামৰ এটা সংগঠনৰ৷ আলফাই অপহৰণ কৰা অ'এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্ধান বৰ্তমানলৈকে লাভ নকৰাক লৈ প্ৰশ্ন কৰিছে সংগঠনটোৱে৷





    আৰু পঢ়িব পাৰিব : বাকসাৰ শালবাৰীত ৩ টা গঁড়ৰ মুক্ত বিচৰণ





    "আলফা স্বাধীন কোন স্তৰত ? যোৱা ২১ এপ্ৰিলত লাকুৱাৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা অ'এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক ক'ত তেওঁৰ সন্ধান দিয়ক লগতে মুক্তি দিয়ক ? ৰিতুল শইকীয়াৰ দায়িত্ব আপোনাৰ নাই নেকি? অসমীয়া খিলঞ্জীয়া ভূমি৷পুত্ৰৰ লগত শত্ৰুতা কিয়?" এই মুকলি প্ৰশ্নৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি প্ৰত্যাহ্বান জনাই তিনিচুকীয়া থানা চাৰিআলি পুৰণা ৰে'ল ষ্টেচনত৷





    আৰু পঢ়িব পাৰিব চিপ লৈ থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ





    হিজুগুৰি জেৰাই গাৱঁৰ পৰেশ বৰুৱাৰ গৃহৰ ওচৰত, চাবুৱা বালিজান, মাকুম, ডুমডুমাৰ কলেজৰ সন্মুখত আৰু ডুমডুমাৰ এছবিআই বেংক সন্মুখত ডাঙৰ বেনাৰ লগাই অসম যুৱ শক্তি পৰিষদে ৰাজহুৱা কৈ প্ৰশ্ন তুলিছে আলফা স্বাধীনৰ ওপৰত ৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor