Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
মাৰ্ঘেৰিটাঃ দুৰ্নীতিগ্ৰস্তৰ মৰখকত দৰিদ্ৰ খাঁটি খোৱাজনৰ বাবে আবণ্টিত চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰৰ ধনো ৰেহাই নাপায়। দুখীয়াৰ ভগা পঁজা পকী পজালৈ ৰূপান্তৰ কৰাৰ ধনো চানকাঢ়ে একাংশ সমাজৰ তথাকথিত আগশাৰীৰ ব্যক্তিয়ে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ইনথেম গাঁও পঞ্চায়তত সংঘটিত হৈছে এনে লুণ্ঠনৰ ঘটনা। পঞ্চায়তখনৰ বহু দৰিদ্ৰ পৰিয়ালে লাভ কৰা ঘৰৰ বাবে আবণ্টিত ধন ঠিকাদাৰে আদায় কৰিলে যদিও ঘৰহে সম্পূৰ্ণ নকৰিলে। ঠিকাদাৰৰূপী স্বয়ং শাসকীয় দল বিজেপিৰ স্থানীয় নেতাই চলাইছে এই লুণ্ঠনৰাজ।
Leave A Comment