• প্ৰধান শিক্ষকৰ লুণ্ঠনৰাজঃ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ

    আঞ্চলিক
    প্ৰধান শিক্ষকৰ লুণ্ঠনৰাজঃ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ

    মৈৰাবাৰীঃ মৈৰাবাৰীৰ কছাৰীগাঁও এমভি স্কুলত লুণ্ঠনৰাজ চলাইছে প্ৰধান শিক্ষকে। গুণ্ডাৰাজেৰে চলাব বিচাৰে বিদ্যালয়ৰ সকলো কাম-কাজ প্ৰধান শিক্ষকে। এই অভিযোগ বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজৰ লগতে সহকাৰী শিক্ষকসকলৰ।





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত ভাৰত !





    বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অভিযোগ দিয়ে যে, বিদ্যালয়ত দিয়া হোৱা নাই মধ্যাহ্ন ভোজনত ৰাহি হোৱা চাউল, দাইল আৰু চৰকাৰে দিয়া ধনো প্ৰধান শিক্ষক আমিনুল হকে আত্মসাৎ কৰে। ইয়াকে লৈ অবিভাৱকে প্ৰশ্ন কৰাত প্ৰধান শিক্ষক আমিনুল হকে জাঙুৰ খাই উঠে আৰু অভিভাৱকসকলৰ সৈতে মাৰধৰ কৰাৰ পৰিৱেশৰ সৃষ্টি কৰে বিদ্যালয়ত।





    আৰু পঢ়িব পাৰিব : বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত…





    এনে ঘটনাই স্কুলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে অঞ্চলটোত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ কাপোৰ বনোৱাৰ নামতো দৰ্জীৰ পৰা কমিছন লোৱাৰ অভিযোগো উত্থাপন হৈছে প্ৰধান শিক্ষক আমিনুল হকৰ বিৰুদ্ধে। এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor