• পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত : কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল তথ্য

    আঞ্চলিক
    পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত : কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল তথ্য

    মঙলদৈ: পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত৷ দৰঙৰ জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল হৈছে সকলো তথ্য৷ প্ৰতিমাহে ট্ৰাক-বাছ আৰু অন্যান্য বাহনৰ পৰা সংগ্ৰহ কৰে ধন৷ দৰঙৰ পৰিবহণ বিষয়াজনে সংবাদ মাধ্যমত ফোনকলৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য৷





    উল্লেখ্য যে, দৰং জিলাৰ এইজন পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণক বৃহস্পতিবাৰে নিলম্বন কৰিছিল। সুৰাপান কৰি ৰাজপথত উদ্ভণ্ডালি কৰাৰ অভিযোগত নিলম্বন কৰা হয় তেওঁক৷ পূৰ্বেও বহু অভিযোগ আছে অভিযুক্ত সঞ্জীৱৰ বিৰুদ্ধে৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱীৰ নিৰ্দেশত নিলম্বন হৈছিল তেওঁ৷ বিতৰ্কিত বিষয়াগৰাকীক বদলিৰ দাবী কৰিছিল মঙলদৈৰ দল-সংগঠনে৷ পৰিবহণ আয়ুক্তক ১৫ দিনৰ ভিতৰত প্ৰতিবেদনৰ নিৰ্দেশ দিছিল মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor