Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী : উপ-নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক সমালোচনা অখিল গগৈৰ৷ উপ-নিৰ্বাচনৰ সন্দৰ্ভত দিল্লীত ফেডাৰেল ফ্ৰণ্টৰ সৈতে আলোচনা ৰাইজৰ দলৰ৷ ফেডাৰেল ফ্ৰণ্টৰ পৰা আৰ্থিক সহায় বিচাৰিছে অখিলে৷ আজি শিৱসেনা, আৰ জে ডি আৰু সমাজবাদী দলৰ সৈতে আলোচনাত মিলিত হ’ল অখিল গগৈ।
‘সাম্প্ৰদায়িক দল এটাৰ নেতাই মোক লৈ কি কয় তাক মই গুৰুত্ব নিদিওঁ। আমি যিদৰে বিজেপিৰ বিৰোধিতা কৰোঁ একেদৰেই ইছলামিক মৌলবাদী শক্তি এআইইউডিএফৰো বিৰোধিতা কৰি যাম।’- বুলি কয় অখিলে৷
লগতে আমি বুজাবুজিহে কৰিম এৰা-ধৰাৰ মাজেৰে। কিন্তু আমি বহতীয়া নহওঁ বুলি উল্লেখ কৰে গগৈয়ে৷ কংগ্ৰেছৰ লগত থাকিম যদিও ভুলবোৰক সমালোচনা কৰি যাব বুলি কয় অখিলে।
Leave A Comment