Breaking News
Firefighters are allegedly having difficulty evacuating everyone inside the hotel, including women and children.
Digital Desk: A major fire broke out at the Papaya Tree Hotel in Indore On Wednesday morning. Visitors and
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ কদমনিৰ পৰা আটক কৰা হৈছে আমিৰ হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। নগাঁও জিলাৰ বটদ্ৰৱাৰ কদমনি বজাৰত এখন পাণ দোকানৰ জৰিয়তে লোকজনে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল।
কালি সন্ধিয়াৰ ভাগত এক গোপন খবৰৰ ভিত্তিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ স্থানীয় কৰ্মীৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই কদমনিৰ পৰা নিষিদ্ধ ড্ৰাগছ, বিলাতী সুৰাসহ আমিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Leave A Comment