• বহিঃৰাজ্যৰ অসমীয়া যুৱকৰ কৰুণ মৃত্যু

    আঞ্চলিক
    বহিঃৰাজ্যৰ অসমীয়া যুৱকৰ কৰুণ মৃত্যু

    মাজুলী: পুনৰ বহিঃৰাজ্যৰ অসমীয়া যুৱকৰ কৰুণ মৃত্যু। কৰ্মসংস্থাপনৰ বাবে যোৱা মাজুলীৰ অতি দৰিদ্ৰ পৰিয়ালৰ নাগনচুকৰ দুই যুৱক মণ্ডল নৰহ আৰু ৰাজকুমাৰ নৰহ ওলাই গৈছিল গোৱালৈ। কিন্তু দুই যুৱকৰ আকষ্মিক মৃত্যুৰ খবৰে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।





    আৰু পঢ়িব পাৰিব : সাৱধান! কেৱল ডেল্টা প্লাছে নহয়, ভয়াৱহ ৰূপত কৰ’নাৰ ৩ নতুন প্ৰজাতি





    গোৱাৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা যুৱক দুজনে সোমবাৰে এক পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰে। যুৱক দুজনৰ মৃতদেহ এতিয়া গোৱাৰ পৰা মাজুলীলৈ আনিবলৈ চৰকাৰৰ সহায় বিচাৰিছে পৰিয়াল দুটাই৷





    আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : আশাহত বিশ্ববিজয়ী ফ্ৰান্স, কোৱাৰ্টাৰত ছুইজাৰলেণ্ড





    ইপিনে পৰিয়ালৰ একমাত্ৰ উৰ্পাজনকাৰী হিচাপে থকা দুয়োজন যুৱকৰ মৃত্যুত দিক-বিদিক হেৰুৱাই পেলাইছে পৰিয়াল দুটাই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor