• বাকসাৰ শালবাৰীত ৩ টা গঁড়ৰ মুক্ত বিচৰণ

    আঞ্চলিক
    বাকসাৰ শালবাৰীত ৩ টা গঁড়ৰ মুক্ত বিচৰণ

    বাকসা : বাকসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ননকেখাগ্ৰাবাৰী গাঁৱত তিনিটা গঁড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ গঁড়ৰ মুক্ত বিচৰণত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ সদস্যৰ৷





    আৰু পঢ়িব পাৰিব চিপ লৈ থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ





    মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল গঁড় তিনিটা৷ গঁড়কেইটা এটা পৰিয়ালৰ চোতালত প্ৰৱেশ কৰাৰ লগতে আন এটা পৰিয়ালৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল বুলি জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব :   মোৰ অনুপস্থিতিত মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস গঢ়িলে; মই চিৰ কৃতজ্ঞ





    উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনলৈ গঁড় তিনিটা খেদি পঠিওৱাৰ বাবে বনবিভাগে কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor