• বাকসাৰ শালবাৰীত ৩ টা গঁড়ৰ মুক্ত বিচৰণ

    আঞ্চলিক

    বাকসা : বাকসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ননকেখাগ্ৰাবাৰী গাঁৱত তিনিটা গঁড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ গঁড়ৰ মুক্ত বিচৰণত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ সদস্যৰ৷

    আৰু পঢ়িব পাৰিব চিপ লৈ থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

    মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল গঁড় তিনিটা৷ গঁড়কেইটা এটা পৰিয়ালৰ চোতালত প্ৰৱেশ কৰাৰ লগতে আন এটা পৰিয়ালৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল বুলি জানিবলৈ দিয়ে৷

    আৰু পঢ়িব পাৰিব :   মোৰ অনুপস্থিতিত মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস গঢ়িলে; মই চিৰ কৃতজ্ঞ

    উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনলৈ গঁড় তিনিটা খেদি পঠিওৱাৰ বাবে বনবিভাগে কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

    Weather Forecast

    ASSAM WEATHER