Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় বায়ুসেনা বিভাগৰ প্ৰাক্তন বিষয়া তথা লেখক দীনেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ দুখনকৈ গ্ৰন্থ। উন্মোচন কৰা হয় ‘ সময়ৰ দেউকা’ আৰু ‘সীমান্তত বাৰুদে গৰকা দিনবোৰ’ শীৰ্ষক গ্ৰন্থ দুখন।
আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে
গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট লেখক তথা ‘প্ৰাগ নিউজ’ৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজা আৰু ঔপন্যাসিক বন্দিতা ফুকনে।
আৰু পঢ়িব পাৰিব :ৰৌৰকেলাৰ ষ্টীল প্লাণ্টত গেছ নিৰ্গত হৈ ৪ জনৰ মৃত্যু
গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে লেখক দীনেন্দ্ৰ নাথ বুঢ়াগোহাঁই, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, মণি মহন্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। বায়ু সেনাত থকা সময়ছোৱাৰ জীয়া কাহিনীৰে সমৃদ্ধ এই গ্ৰন্থ দুখন।
Leave A Comment