• বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী

    আঞ্চলিক
    বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী

    কাৰ্বিআংলং: কাৰ্বিআংলং জিলাৰ বোকাজানত পুনৰ জব্দ হৈছে ড্ৰাগছ। বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানস্থিত সীমান্ত আৰক্ষী ছাউনীৰ বিশেষ অভিযানত জব্দ হৈছে ড্ৰাগছখিনি।





    আৰু পঢ়িব পাৰিব :আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক






    কালি নিশা প্রায় ১২.৩০ বজাত ডিমাপুৰৰ পৰা ড্ৰাগছসহ অসমত প্ৰৱেশ কৰাৰ সময়ত এখন বাহনত তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি। বাহনখনৰ ছাউন বক্সৰ ভিতৰত সুমুৱাই আনিছিল ড্ৰাগছখিনি।






    আৰু পঢ়িব পাৰিব :কন্যাৰ বলাৎকাৰ, অভিযোগ দাখিলৰ পাছতে দুৰ্ঘটনাত মৃত্যু পিতৃৰ





    জব্দ কৰা হৈছে প্রায় ১৭৯ গ্ৰাম ড্ৰাগছ আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা। আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে আটক কৰিছে দুজন সৰবৰাহকাৰী। দুই ধৃত সৰবৰাহকাৰী ক্ৰমে গুৱাহাটীৰ মিল্টন চক্ৰৱৰ্তী আৰু ত্ৰিপুৰাৰ সুশীল দাস বুলি জানিব পৰা গৈছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor