National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
গুৱাহাটীঃ বোন্দা-চপাইদং সংযোগী ৰে’ল ক্ৰছিঙত সংঘটিত হৈছে অঘটন। দুখন ৰে’লৰ ক্ৰছিঙত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক বুলি আমাৰ সাংবাদিকে জনাইছে।
নিহত ব্যক্তিজনৰ নাম নাৰায়ণ কোচ আৰু সংকটজনক অৱস্থাত থকাগৰাকীৰ নাম অঞ্জন কোচ বুলি জানিব পৰা গৈছে। নাৰেংগীৰ পৰা চপাইদঙলৈ এখন পালছাৰ বাইকেৰে দুই ভাতৃয়ে গৈ থকা অৱস্থাত ৰে’ল পথটো পাৰ হ’ব খোজোতেই উজনিমুৱা আৰু নামণিমুৱা দুখন ৰে’ল অহাৰ সময়তে সংঘটিত হয় এই অঘটন।
ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল আৰক্ষী।
Leave A Comment