• বৰঙণিৰ নামত ধন দাবীৰ অভিযোগ চাৰি আটাছু নেতাৰ বিৰুদ্ধে

    আঞ্চলিক
    বৰঙণিৰ নামত ধন দাবীৰ অভিযোগ চাৰি আটাছু নেতাৰ বিৰুদ্ধে

    শিৱসাগৰ : বৰঙণি সংগ্ৰহৰ নামত ৰাজ্যৰ একাংশ দল-সংগঠনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে মৰাণৰ চেপনত কাঠ কঢ়িয়াই নিয়া ট্ৰাকৰ পৰা ধন দাবী কৰা এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে টাই আহোম ছাত্ৰ সন্থাৰ চাৰিজনকৈ কৰ্মকৰ্তাৰ নাম ৷





    আৰু পঢ়িব পাৰিব : প্ৰতিষেধকৰ সপক্ষে কেন্দ্ৰৰ প্ৰচাৰ অভিযান আৰম্ভ





    ঘটনা সংঘটিত হোৱাৰ চাৰি দিনৰ পাছতহে ট্ৰাকৰ চালকজনে চেপন আৰক্ষী চকীত এজাহাৰ দাখিল কৰাক লৈও সৃষ্টি হৈছে আন এক ৰহস্যৰ ৷ ট্ৰাক চালকজনে সংবাদ মাধ্যমক প্ৰদান কৰা ভাষ্য অনুসৰি যোৱা ১২ জানুৱাৰীৰ নিশা প্ৰায় ৯ বজাত অৰুণাচলৰ পৰা যোৰহাটলৈ কাঠ কঢ়িয়াই নিয়া এ এছ ০১ এইচ চি ৯৯৪৭ নম্বৰৰ ট্ৰাকখন চেপন আৰক্ষী চকীৰ অন্তৰ্গত ঝলমৰ সমীপত কেইবাখনো স্কুটী আৰু গাড়ীত অহা প্ৰায় ৮/১০ জনীয়া দুৰ্বৃত্তৰ দলে আগুচি ধৰি চালক-হেণ্ডিমেনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে চালকৰ পৰা নগদ সাতশ টকা কাঢ়ি লয় ৷





    আৰু পঢ়িব পাৰিব : মই তেজস্বী যাদৱে কৈছোঁ ডি এম মহাশয়… ভাইৰেল ভিডিঅ’





    ট্ৰাকখনৰ চালক দুলু মৰাণে লগতে জানিবলৈ দিয়া মতে দুৰ্বৃত্তৰ দলটোৱে আৱদ্ধ কৰি ৰখাৰ পাছতে উক্ত স্থানত বনবিভাগৰ এটা দল উপস্থিত হৈ ট্ৰাকখনৰ লগতে কাঠৰ নথিপত্ৰ পৰীক্ষা কৰি নিশা প্ৰায় ১১ বজাত যাবলৈ দিয়ে ৷ ১২ জানুৱাৰীৰ নিশা সংঘটিত উক্ত ঘটনাৰ সন্দৰ্ভত সম্পূৰ্ণ চাৰি দিনৰ পাছত অৰ্থাৎ ১৬ জানুৱাৰীত ট্ৰাকৰ চালক দুলু মৰাণে চেপন আৰক্ষী চকীত চাৰিজন আটাছু নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷





    আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ





    চেপন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ শৰ্মাই এজাহাৰ লাভ কৰাৰ পাছতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১, ৩৪২, ৩৮৫, ৩২৫ আৰু ৩৪ ধাৰাৰ অধীনত ০৫ / ২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷ যোৱা ১৮ জানুৱাৰীত এজাহাৰত উল্লেখ থকা আটাছুৰ কৰ্মকৰ্তা ক্ৰমে প্ৰতীম বৰা, দেৱজিত গগৈ, নিৰুত্তম ফুকন আৰু উত্তম বৰুৱাক চেপন আৰক্ষী চকীলৈ মাতি নি আৰক্ষীয়ে ব্যক্তিগত জামিন প্ৰদান কৰে ৷ উল্লেখ্য যে, ঘটনাক লৈ আৰক্ষীয়ে যিদৰে তৎপৰতা অৱলম্বন কৰিব লাগিছিল সেয়া পৰিলক্ষিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷


    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola