• ভোগেশ্বৰ বৰুৱাৰ জন্মভূমিত অভিৰুচি ক্ৰীড়া দিৱস পালন

    আঞ্চলিক
    ভোগেশ্বৰ বৰুৱাৰ জন্মভূমিত অভিৰুচি ক্ৰীড়া দিৱস পালন

    শিৱসাগৰঃ ১৯৩৭ চনৰ আজিৰ দিনটোতে ঐতিহাসিক জয়সাগৰত জন্মগ্ৰহণ কৰিছিল ভোগেশ্বৰ বৰুৱাই। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন উপলক্ষে শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। ‘ৰংপুৰ জ্যোতি ক্লাব’ৰ উদ্যোগত ক্ৰীড়াবিদগৰাকীৰ ৮৫ সংখ্যক ওপজা দিন পালন কৰা হৈছে।





    তেওঁৰ ওপজা দিনৰ লগত সংগতি ৰাখি অলিম্পিক শিখা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।





    ১৯৬৬ চনত বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছিল ক্ৰীড়াবিদগৰাকীয়ে।