ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক: পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত জম্মু আৰু কাশ্মীৰ চৰকাৰে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ৮৭টা পর্যটন স্থানৰ ভিতৰত ৪৮টাৰ বন্ধ ঘোষণা কৰ
গুৱাহাটীঃ মহানগৰীৰ সাতগাঁৱৰ মিলিজুলি পথৰ ৩নং ঘৰৰ বাসিন্দা দিলীপ চৰকাৰৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। পাকঘৰৰ গেছৰ চিলিণ্ডাৰৰপৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
আৰু পঢ়িব পাৰিব : কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী
স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন হয় জুই। পৰিয়ালৰ অভিযোগ মতে ইয়াৰ মাজতে সুযোগ লৈ কোনো দুষ্ট লোকে ঘৰটোৰ ভিতৰৰ পৰা টকাৰ বেগ আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ লুটি নিয়ে। অগ্নিকাণ্ডৰ ফলত ঘৰৰ গৰাকী দিলীপ চৰকাৰ গুৰুতৰভাৱে আহত হয়।
Leave A Comment