Regional
Chief Minister Himanta Biswa Sarma inaugurated the Assam Bhawan in Vellore, Tamil Nadu...
Digital Desk: Himanta Biswa Sarma, the Chief Minister of Assam, inaugurated the Assam Bhawan in Vellore, Tamil Nadu, on Tuesday.
According to rep
গুৱাহাটী : ৰাজ্যত পুনৰ এগৰাকী কিশোৰীক হত্যা৷ মহানগৰীৰ খাৰঘূলিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটি দি নৃশংসভাৱে হত্যা কৰিলে এগৰাকী ১৪বছৰীয়া কিশোৰীক।
দিনদুপৰতে হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ নাম দিম্পল কুমাপতি। জানিব পৰা মতে আজি ১০ বজাৰ পাছত পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পাছতেই কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰে৷ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মৃতদেহ।
এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল কিশোৰীগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ সবিশেষ তথ্য কিছু সময়ৰ পাছতে জানিব পৰা যাব৷
Leave A Comment