শিক্ষা
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক।
এইবাৰৰ ফলাফলত কলা শাখ
গুৱাহাটীঃ মহানগৰীৰ দিছপুৰৰ ৰেপিড'ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধ কোঠাত চালকক প্ৰহাৰ কৰে ৰেপিড' কৰ্তৃপক্ষই। পৰিবহণৰ নামত ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড'ৰ বিৰুদ্ধে৷
আৰু পঢ়িব পাৰিব : অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ
ৰেপিড'ৰ কিছুসংখ্যক চালকক টলা লগাই বন্ধ কৰি ৰাখিছিল কাৰ্যালয়ত৷ বিভিন্ন অভিযোগ লৈ কাৰ্যালয়লৈ গৈছিল প্ৰায় ২০গৰাকী চালক। C TO C ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড’ৰ বিৰুদ্ধে৷ অভিযোগ কৰাৰ বাবেই একাংশ চালকক প্ৰহাৰ ৰেপিড' কৰ্তৃপক্ষৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ।
Leave A Comment