জীৱন শৈলী
০৫/০২/২৫, বুধবাৰ
গুৱাহাটীঃ মহানগৰীৰ দিছপুৰৰ ৰেপিড'ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধ কোঠাত চালকক প্ৰহাৰ কৰে ৰেপিড' কৰ্তৃপক্ষই। পৰিবহণৰ নামত ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড'ৰ বিৰুদ্ধে৷
আৰু পঢ়িব পাৰিব : অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ
ৰেপিড'ৰ কিছুসংখ্যক চালকক টলা লগাই বন্ধ কৰি ৰাখিছিল কাৰ্যালয়ত৷ বিভিন্ন অভিযোগ লৈ কাৰ্যালয়লৈ গৈছিল প্ৰায় ২০গৰাকী চালক। C TO C ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড’ৰ বিৰুদ্ধে৷ অভিযোগ কৰাৰ বাবেই একাংশ চালকক প্ৰহাৰ ৰেপিড' কৰ্তৃপক্ষৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ।
Leave A Comment