• মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য...

    আঞ্চলিক
    মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য...

    গুৱাহাটী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিতিত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত। মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মুঠ ১,২৭৯জন প্ৰাক্তন এনডিএফবিৰ সদস্যক প্ৰদান কৰা হ'ব সাহায্য৷





    আৰু পঢ়িব পাৰিব : অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন





    জানিব পৰা মতে প্ৰতিগৰাকী সদস্যক ৪লাখ টকাকৈ অনুদান আগবঢ়াব চৰকাৰে৷ গুণ্ডামী, ডকাইতি, অপহৰণ কৰিলে অসম পুলিচে ক্ষমা নকৰিব৷ লগতে আৰ্থিক অনুদানৰ সদব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য কৰে৷





    আৰু পঢ়িব পাৰিব : ডিফুত অপহৰণকাৰীৰ কবলৰপৰা নাটকীয়ভাৱে ৰক্ষা পৰিল মহিলা অধিবক্তা





    উল্লেখ্য যৈ অনুদান লাভ কৰা এই সদস্যসকল ২০০৫ আৰু ২০১১ চনত মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছিল৷