National
The Punjab Police have initiated a search operation in the surrounding areas. At the time of publication, the search was still in progress.
Digital Desk: On late Tuesday evening, Khalistani separatist Amritpal Singh and
গুৱাহাটী : ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী দ্ৰুতগতিত চলি থকাৰ মাজতে সংক্ৰমিত হৈ আছে ক'ভিড ৰোগীৰ সংখ্যা৷ পূৰ্বতকৈ এই ৰোগীৰ সংখ্যা হ্ৰাস পাইছে যদিও মঙলবাৰে ৰাজ্যত ৪৪১জনৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ’না ভাইৰাছ৷
মঙলবাৰে ৩৩৮জন সুস্থ হৈছে যদিও ৬জন লোকে মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰে স্বাস্থ্য বিভাগে৷ বৰ্তমান ৩,৭৩৪জন সক্ৰিয় হৈ আছে এই ভাইৰাছে৷ ৰাজ্যত আক্ৰান্তৰ হাৰ ০.৬৮%৷ কালিৰ দিনটোত কামৰূপত মেট্ৰ’ত ১২৯ জন, গোলাঘাটত ৫৬, লখিমপুৰত ৩৭, যোৰহাটত ২৯জন চিনাক্ত হয়৷
ইপিনে চৰাইদেউ, যোৰহাট, হোজাই, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু ওদালগুৰিত এজনকৈ লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।
Leave A Comment